DIGITAL

October 4, 2022

APTCE 18538973148

লখিমপুৰত বিজেপি কৰ্মীৰ বাসভৱনত আক্ৰমণ

  • লখিমপুৰৰ বিজেপি প্ৰাৰ্থীত্ব প্ৰত্যাশী মকুল বৰাৰ বাসগৃহত আক্ৰমণ।
  • নিশা দুৰ্বৃত্তই আক্ৰমণ কৰে বৰাৰ বাসভৱনত।
  • আক্ৰমণত চুৰ্ণ-বিচুৰ্ণ হয় মুকুল বৰাৰ স্কৰপিঅ’ বাহন।
  • নিশা নাকাড়ী লম্বোদৰ পথত এই আক্ৰমণৰ ঘটনা।
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

The post লখিমপুৰত বিজেপি কৰ্মীৰ বাসভৱনত আক্ৰমণ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.