DIGITAL

May 30, 2023

APTCE 18538973148

লাহৰিঘাটৰ ফলিহাবাৰীত নিৰ্বাচনী হিংসা

  • লাহৰিঘাটৰ ফলিহামাৰীত নিৰ্বাচনী হিংসা।
  • বিধায়ক নজৰুল ইছলামৰ সভালৈ শিলগুটি নিক্ষেপ।
  • বিধায়ক গৰাকীৰ বাহনতো আক্ৰমণ।
  • শিলগুটি নিক্ষেপত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী কংগ্ৰেছ কৰ্মী।
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

The post লাহৰিঘাটৰ ফলিহাবাৰীত নিৰ্বাচনী হিংসা appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.