ডিজিটেল ডেস্কঃ নতুন তিনিখন কৃষি আইনৰ বিৰুদ্ধে যোৱা কেইবামাহ ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে। যোৱা প্ৰায় ১২৩দিন ধৰি দিল্লীৰ সীমান্ত এলেকাসমূহত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে প্ৰতিবাদকাৰীসকলে। তাৰমাজতে সোমবাৰে হোলী উদযাপন কৰে প্ৰতিবাদী কৃষকসকলে।
#WATCH | Farmers protesting in Ghazipur at Delhi-Uttar Pradesh border for the last 123 days sing and dance as they celebrate #Holi.
"We demand that the government should accept our demand and take back the three farm laws so that we can go home," says a farmer. pic.twitter.com/6C5RaEUwNv— ANI (@ANI) March 29, 2021
গীত গাই, নৃত্য কৰি অতি আনন্দৰে হোলী উদযাপন কৰিছে তেওঁলোকে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, সাংবাদিকৰ আগত প্ৰতিবাদী কৃষকে কয়- আমি চৰকাৰক আমাৰ দাবী সমূহ মানি লোৱা আৰু এই কৃষি আইন তিনিখন বাতিল কৰাৰ দাবী জনাইছো। যাতে আমি পুনৰ ঘৰলৈ উভতি যাব পাৰো।
The post অব্যাহত প্ৰতিবাদঃ গীত গাই হোলী উদযাপন প্ৰতিবাদকাৰী কৃষকৰ…VIDEO appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.