- সোমবাৰে অসুস্থ হৈ পৰে লুৰীণজ্যোতি গগৈৰ মাতৃ।
- লুৰীণজ্যোতি গগৈৰ মাতৃৰ প্ৰেছাৰ ষ্ট্ৰ’ক হোৱা বুলি জানিব পৰা গৈছে।
- বৰ্তমানে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ গৈছে তেওঁক।
- সকলো কাৰ্যসূচী বাদ দি ডিব্ৰুগড় অভিমুখে যাত্ৰা আৰম্ভ কৰিছে লুৰীণজ্যোতি গগৈয়ে।
The post অসুস্থ লুৰীণজ্যোতি গগৈৰ মাতৃ, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাওনা… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.