- জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ।
- ঘৰৰ সমীপত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ।
- পানীৰ মটৰৰ চুইচ দিবলৈ নিশা ওলাইছিল ঘৰৰ পৰা।
- তাৰপাছতে নিখোজ হৈ আছিল সাংবাদিক গৰাকী।
- নিয়মীয়া বাৰ্তা নামৰ কাকতখনৰ জ্যেষ্ঠ সাংবাদিক আছিল পূৰ্বজ্যোতি চুতীয়াা।
- কেনেকৈ সাংবাদিকজনৰ মৃত্যু হ’ল তাক লৈ সৃষ্টি হৈছে ৰহস্য।
The post জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.