- জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ আন এক নতুন মোৰ।
- আৰ্থিক লেন-দেন সংক্ৰান্ত্ৰত সাংবাদিক গৰাকীলৈ আহিছিল এছ.এম.এছ।
- পাব লগা ধন বিচাৰি চুতীয়ালৈ আহিছিল ভাবুকি।
- এছ.এম.এছৰ আঁত ধৰি আৰক্ষীয়ে আটক কৰে এজনক।
- আটক কৰা লোকজনৰ নাম জুলফিকৰ আলী।
- জলফিকৰ আলী পেচাত এগৰাকী দৰ্জি।
- হাতীগাঁৱৰ নটবমাৰ পৰা আৰক্ষীয়ে আটক কৰে জুলফিকৰক।
The post জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ আন এক নতুন মোৰ appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.