DIGITAL

October 4, 2022

APTCE 18538973148

ফকিৰগঞ্জ আৰক্ষীৰ জালত এজন হত্যাকাৰী

  • দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত আৰক্ষীৰ সফলতা।
  • আব্দুল হামিদ নামৰ এজন হত্যাকাৰীক গ্ৰেপ্তাৰ।
  • যোৱা ১৭ ডিচেম্বৰত হামিদে শ্বাহজাহান আলী নামৰ এজন লোকক হত্যা কৰিছিল।
  • হামিদ আৰু শ্বাহজাহানৰ পৰিয়ালৰ মাজত পৰিয়াল কেন্দ্ৰিক সংঘাত আছিল।
  • হত্যা কৰি আত্মগোপন কৰিছিল হামিদে।
  • অৱশেষত গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হামিদক।
  • হামিদক ধুবুৰী জেললৈ প্ৰেৰণ আৰক্ষীৰ।

The post ফকিৰগঞ্জ আৰক্ষীৰ জালত এজন হত্যাকাৰী appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.