DIGITAL

June 10, 2023

APTCE 18538973148

২৪ ঘন্টাত দেশত আকৌ ৬৮ সহস্ৰাধিক কোভিড পজিটিভ…

  • পুনৰ বৃদ্ধি পাইছে দেশত কোৰোনাৰ সংক্ৰমণ।
  • যোৱা ২৪ ঘন্টাত ভাৰতত ৬৮০২০জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি।
  • এই সময়চোৱাত ৩২,২৩১জন লোক সুস্থ হোৱাৰ বিপৰীতে ২৯১জনে হেৰুৱাই প্ৰাণ।
  • এতিয়ালৈকে দেশত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১২০৩৯৬৪৪জনলৈ বৃদ্ধি পাইছে।
  • ইফালে, চিকিৎসাধীন হৈ আছে ৫২১৮০৮জন ৰোগী।
  • উল্লেখ্য যে, ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১৬১৮৪৩জন লোকৰ।

The post ২৪ ঘন্টাত দেশত আকৌ ৬৮ সহস্ৰাধিক কোভিড পজিটিভ… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.