- আজি পুনৰ অসমলৈ আহিব ৰাহুল গান্ধী।
- কেইবাখনো নিৰ্বাচনী সভাত লব অংশ।
- শিলচৰ, ডিমা হাচাও আৰু কাৰ্বি আংলঙত জনসভাত অংশ লব কংগ্ৰেছ নেতাগৰাকীয়ে।
- উল্লেখ্য যে, ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে অসমত।
- দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হবলৈ বাকী আছে অসমত।
The post আজি পুনৰ অসমলৈ আহিব ৰাহুল গান্ধী appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.