- জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আক্ৰান্ত হৈছে কোৰোনাত।
- ভেকচিন লোৱা ২৮দিনৰ পাছত কোৰোনাত আক্ৰান্ত হৈছে ফাৰুক আব্দুল্লা।
- এই সন্দৰ্ভত আব্দুল্লাৰ পুত্ৰ অমৰ আব্দুল্লাই কৰিছে এক টুইট।
- বিগত দিনকেইটাত তেখেতেৰ সংস্পৰ্শলৈ অহা সকলোকে স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান।
The post ভেকচিন লোৱা ২৮দিনৰ পিছত কোৰোনাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.