DIGITAL

January 27, 2023

APTCE 18538973148

ভেকচিন লোৱা ২৮দিনৰ পিছত কোৰোনাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী…

  • জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আক্ৰান্ত হৈছে কোৰোনাত।
  • ভেকচিন লোৱা ২৮দিনৰ পাছত কোৰোনাত আক্ৰান্ত হৈছে ফাৰুক আব্দুল্লা।
  • এই সন্দৰ্ভত আব্দুল্লাৰ পুত্ৰ অমৰ আব্দুল্লাই কৰিছে এক টুইট।
  • বিগত দিনকেইটাত তেখেতেৰ সংস্পৰ্শলৈ অহা সকলোকে স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান।

The post ভেকচিন লোৱা ২৮দিনৰ পিছত কোৰোনাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী… appeared first on Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.